বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে কেইবাটাও ডাঙৰ সিদ্ধান্ত
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে এখন ডাঙৰ বৈঠকত মিলিত হৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকত তিনিওগৰাকী আয়ুক্ত ক্ৰমে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, সুখবীৰ সান্ধু আৰু বিবেক যোশী উপস্থিত থাকে।এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে ফৰ্ম ৬ক লৈ হোৱা বিতৰ্কটো আচলতে কোনো ডাঙৰ...
POPULAR
Breaking News
POLITICAL
ASSAM
ৰঙিয়াত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বিস্কুট প্ৰস্তুত কৰা এটা কাৰখানাত ৰঙিয়া সমজিলাৰ প্ৰশাসন আৰু ৰঙিয়া আৰক্ষীৰ এটা যুটীয়া দলে চলাই অভিযান। এক অভিযোগৰ ভিত্তিত আজি যুটীয়া অভিযানকাৰী দলটোৱে ৰঙিয়া চহৰৰ নুৰুদ্দিন পথত থকা এটা বিস্কুটৰ কাৰখানাত উপস্থিত...
বিশ্বনাথ আৰক্ষীৰ সফলতা; মানৱ সৰবৰাহকাৰী কৱলৰ পৰা উদ্ধাৰ তিনি কন্যা শিশু
বিশ্বনাথ চাৰিআলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ চাৰি বছৰীয়া কণমানি শিশুকো ৰেহাই নিদিলে মানৱ সৰবৰাহকাৰীয়ে। লাখ টকাৰ বিনিময়ত অসমৰ কন্যা শিশুক বহিঃৰাজ্যত বিক্ৰী কৰাৰ এক বৃহৎ চক্ৰ উন্মোচন কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে।যোৱা মঙলবাৰে জিলা আৰক্ষী...
দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি, কিয় এই সিদ্ধান্ত শিক্ষা বিভাগৰ?
অসমৰ তিনিখন জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বান আৰু বৰ্তমান চলি থকা লোকপিয়লৰ কাৰ্যসূচীৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দশম আৰু দ্বাদশ...
NORTH EAST
YOUTUBE VIDEOS

বিদ্যালয়ৰ ভিতৰতো সুৰক্ষিত নহয় নেকি আপোনাৰ কন্যা সন্তান?
05:46

নিৰ্বাচন আয়োগৰ ঘোষণাৰ পিছতে ৰাহুল গান্ধীক তুলাধূনা দি BJPৰ সংবাদমেল...
12:55

LPG ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ। হাতত মাত্ৰ ৪ দিন।
06:10

মহানগৰীৰ নিমিশা কাণ্ড! আছিক আলীৰে সম্পৰ্কৰ ৰহস্য! নিমিশা কাণ্ডৰ সূত্ৰপাত কেতিয়া হৈছিল?
05:38

বিৰোধীৰ অভিযোগ, দেশজুৰি ভোটাৰ তালিকাৰ বিসংগতিক লৈ বিতৰ্ক...
08:01

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত নেতান্যাহুৰ ভাষণ। খালী চকীৰ সন্মুখত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান।
10:17

জ্ঞানেশ কুমাৰৰ ওচৰত আছে 'সুৰক্ষা কৱচ'!'তাৰ পিছতো নাপাব ৰেহাই।'
07:44

ভণ্ড কবিৰাজৰ পৰা সাৱধান! সোণৰ টুকুৰা উদ্ধাৰৰ নামত গৃহস্থক ৰামঠগন।
10:15

অপ্ৰাকৃতিক ধঁপাতৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ পদক্ষেপ।বিক্ৰী আৰু অনুমোদনত নিষেধাজ্ঞা...
05:00

মহানগৰীৰ হোমষ্টেত নিমিষাৰ সৈতে কি হৈছিল? পৰিয়ালৰ জনালে বিস্ফোৰক তথ্য.....
07:37
NATIONAL
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে এখন ডাঙৰ বৈঠকত মিলিত হৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকত তিনিওগৰাকী আয়ুক্ত ক্ৰমে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, সুখবীৰ সান্ধু আৰু বিবেক যোশী উপস্থিত...
মমতা গোটৰ বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ, ভাঙি পেলালে গাড়ীৰ খিড়িকী
পশ্চিম বংগৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান জনোৱা এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি শ্ৰীৰামপুৰত অনুষ্ঠিত হ'বলগীয়া এখন বৈঠকৰ বাবে...
১২ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দুটাকৈ অভিযোগ
দেশৰ এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতত নিৰ্বাচন আয়োগ সম্পৰ্কে প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰতিবেদনত মূল অভিযুক্ত সজোৱা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিগত ১২ ঘণ্টাৰ ভিতৰত দাখিল কৰা হৈছে...
INTERNATIONAL
বাংলাদেশত পুনৰ হিন্দু লোকৰ সৈতে কৰুণ ঘটনা; ড্ৰামৰ ভিতৰৰ পৰা উদ্ধাৰ নিৰঞ্জনৰ দেহ
বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আছে অত্যাচাৰৰ ঘটনা। এইবাৰ বাংলাদেশৰ মৈমনসিং সদৰ অঞ্চলৰ এটা নলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰামত ভৰাই থোৱা এজন হিন্দু সোণাৰীৰ ক্ষত-বিক্ষত মৃতদেহ। নিহত লোকজন মৈমনসিং জিলাৰ ত্ৰিশাল মহকুমাৰ বাসিন্দা ৰমেশ...
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বজুৰি আঠখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি পুনৰ এবাৰ ইৰাণক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাষণত তেওঁ ইৰাণক প্ৰত্যক্ষভাৱে ভাবুকি প্ৰদান কৰি শীঘ্ৰে এক চুক্তি...
শ্বেখ হাছিনাৰ ঘনিষ্ঠ ৭ নেতাক মৃত্যুদণ্ডৰ ৰায়
মঙলবাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সাতজন ঘনিষ্ঠ নেতাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-২য়ে। ২০২৪ চনৰ প্ৰতিবাদৰ সময়ত হিংসাৰ সৈতে জড়িত মানৱতা বিৰোধী অপৰাধৰ বাবে এই সাতজন নেতাক কঠোৰ শাস্তি প্ৰদান কৰে।মৃত্যুদণ্ডৰ শাস্তি...
Stay tuned
Subscribe to our latest newsletter and never miss the latest news!
Our newsletter is sent once a week, every Monday.
SPORTS
FEATURED
RECENTLY ADDED
বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে কেইবাটাও ডাঙৰ সিদ্ধান্ত
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে এখন ডাঙৰ বৈঠকত মিলিত হৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকত তিনিওগৰাকী আয়ুক্ত...
মমতা গোটৰ বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ, ভাঙি পেলালে গাড়ীৰ খিড়িকী
পশ্চিম বংগৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান জনোৱা এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ...
বাংলাদেশত পুনৰ হিন্দু লোকৰ সৈতে কৰুণ ঘটনা; ড্ৰামৰ ভিতৰৰ পৰা উদ্ধাৰ নিৰঞ্জনৰ দেহ
বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আছে অত্যাচাৰৰ ঘটনা। এইবাৰ বাংলাদেশৰ মৈমনসিং সদৰ অঞ্চলৰ এটা নলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰামত ভৰাই থোৱা এজন...
এছিয়ান গেমছত অঘটন; নেপালৰ হাতত পৰাস্ত আফগানিস্তান
আইচি নাগোয়া এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত দেখা পোৱা গ'ল প্ৰথমটো অঘটন। তুলনামূলকভাৱে বহুত দুৰ্বল বা সহযোগী (Associate) দলে শক্তিশালী আফগানিস্তান দলক ৫ উইকেটত পৰাস্ত...
১২ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দুটাকৈ অভিযোগ
দেশৰ এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতত নিৰ্বাচন আয়োগ সম্পৰ্কে প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰতিবেদনত মূল অভিযুক্ত সজোৱা দেশৰ মুখ্য...
৩৩ লাখ ভোটাৰলৈ জাননী; নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে
দিল্লীত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰে দেশৰ উচ্চতম ন্য়ায়ালয়ে। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই বিষয়ত...
পাহাৰীয়া ৰাজ্য মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন; বিজেপিত যোগদান ৮ UDP বিধায়কৰ
অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত হঠাতে দেখা পোৱা গ'ল বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন। দীৰ্ঘ সময়ৰ পৰা চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টি চমুকৈ...
মীৰাবাঈ চানুৱে ৰচিলে ইতিহাস; ২৮ বছৰৰ মূৰত ভাৰোত্তোলনত ভাৰতক দিলে ৰূপৰ পদক
ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত লাভ কৰিলে ৰূপৰ পদক। মহিলাৰ ৪৯ কেজি ভাৰোত্তোলন শাখাত মণিপুৰৰ জীয়ৰী চানুৱে স্নেচ...
শুল্কৰ জৰিয়তে ৮খন যুদ্ধ বন্ধ কৰিছো : ড’নাল্ড ট্ৰাম্প
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বজুৰি আঠখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি পুনৰ এবাৰ ইৰাণক তীব্ৰ আক্ৰমণৰ লক্ষ্য...
এছিয়ান গেমছত মহিলা ক্ৰিকেট দলে ৰচিলে ইতিহাস; শ্ৰীলংকাক পৰাস্ত কৰি জিনিলে স্বৰ্ণ
ভাৰতৰ মহিলা ক্ৰিকেট দলৰ জৰিয়তে এছিয়ান গেমছ ২০২৬ত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিলে ভাৰতে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ফাইনেলত শ্ৰীলংকা দলক ১৪৭ ৰানৰ...
অসম ভূমি ৰাজহ আইন ২০২৬ ত উল্লেখিত খিলঞ্জীয়াৰ সংজ্ঞাৰ বিৰোধিতা ‘প্ৰব্ৰজন বিৰোধী মঞ্চ’ৰ
অসম ভূমি ৰাজহ আইন ২০২৬ ত উল্লেখিত খিলঞ্জীয়াৰ সংজ্ঞাৰ বিৰোধিতা 'প্ৰব্ৰজনবিৰোধী মঞ্চ'ৰ। আইনখনৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী, ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ...
জাতিগত কটাক্ষ! অধ্যাপক নিলম্বিত, দোষ স্বীকাৰ কৰি ক্ষমা বিচাৰিলে বোম্বে IIT য়ে
ছাত্ৰক জাতিগত কটাক্ষ কৰি নিলম্বিত হৈছে অধ্যাপক সূৰ্যনাৰায়ণ দুল্লা। দেশজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। পৰীক্ষাৰ হলত ChatGPT ব্যৱহাৰৰ অভিযোগ, তাৰ...


